--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্চায়ত নির্বাচনত ভোটাৰৰ আগত নতুন নতুন প্রতিশ্রুতিৰ বন্যা বোওৱা ৰাজ্য চৰকাৰখনে পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগদিনা অর্থাৎ ৬ মে'ত ল'ব পুনৰ ৯০০ কোটি টকাৰ ঋণ। ৰাজ্য চৰকাৰখনে এইবাৰ ২০ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি ৰিজাৰ্ভ বেংকৰ পৰা এই ঋণ ল'ব। 

তাৎপর্যপূর্ণ কথা এয়ে যে মাত্র সৌ সিদিনা, অর্থাৎ ২২ এপ্ৰিলতো ৰাজ্য চৰকাৰখনে ১৫ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি ৯০০ কোটি টকাৰ ঋণ লৈছিলহে। এতিয়া অহা ৬ মে'ত ল'বলগীয়া ৯০০ কোটিৰ ঋণকে ধৰি এই বছৰৰ মাত্র ৫ মাহত ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হ'ল ৯৭৫০ কোটি টকা আৰু ৰাজ্য চৰকাৰখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'লগৈ ১ লাখ ৭৩ হাজাৰ ৭৫০ কোটি টকা। 

ঋণ-নিৰ্ভৰ এইখন চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট অধিৱেশনতে বিধানসভাত ঘোষণা কৰিছিল যে নতুন বিত্তীয় বৰ্ষত চৰকাৰখনে মুঠ ৩৪১৮৫ কোটি টকাৰ ঋণ ল'ব। এতিয়া চৰকাৰখনে ঋণৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দি জনতাক ঘিউ খুৱাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ