--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নামনি অসমৰ ১২খন জিলাৰ পৰা অহা ৭০০৯ গৰাকী আয়তিয়ে চণ্ডী বৰুৱা ষ্টেডিয়ামত একেলগে থিয় নাম প্ৰদৰ্শন কৰি অসম বুকচ অৱ ৰেকৰ্ডত ৰাজ্যিক অভিলেখ গঢ়াৰ প্ৰয়াস

ডিজিটেল ডেস্ক : ৯৭সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত হাউলীৰ চণ্ডী বৰুৱা ষ্টেডিয়ামত প্ৰায় ৭ হাজাৰ মহিলাই একেলগে থিয়নাম প্ৰদৰ্শন কৰিব।


আজিৰ এই দিনটোত ৭হাজাৰ গৰাকী মহিলাই থিয় নাম পৰিৱেশন কৰি অভিলেখ গঢ়াৰ লগতে নামনি অসমৰ সাংস্কৃতিক পৰিচয়ক বিশ্বৰ আগত উজ্জ্বল কৰি তোলাৰ আশা প্ৰকাশ কৰা হৈছে।


গুৰুজনাৰ সৃষ্টিৰাজি ৰূপে নামনি অসমৰ ঐতিহ্যবাহী লোকসংস্কৃতিক গীত-নৃত্য থিয়নামক বিশ্ব দৰবাৰত চিনাকি কৰাবলৈ এই প্ৰচেষ্টা।


নামনি অসমৰ ১২খন জিলাৰ পৰা অহা ৭০০৯ গৰাকী আয়তিয়ে চণ্ডী বৰুৱা ষ্টেডিয়ামত একেলগে থিয় নাম প্ৰদৰ্শন কৰি অসম বুকচ অৱ ৰেকৰ্ডত ৰাজ্যিক অভিলেখ গঢ়াৰ লগতে একেদিনাই বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস।


প্ৰায় ৪ মাহ যোৰা নিৰন্তৰ প্ৰচেষ্টা আৰু প্ৰয়াসৰ অন্তত আজি এই মুহূৰ্তত উপনীত হৈছে আৰু কিছু সময় পিছতে গুৰুজনাৰ সৃষ্টিৰাজি ৰূপে নামনি অসমৰ ঐতিহ্যবাহী লোকসংস্কৃতিক গীত-নৃত্য থিয়নামক বিশ্ব দৰবাৰত উজলিব।


লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদি তেওঁৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাকক্ষণত একেলগতে ৭ হাজাৰ গৰাকী নামাতি আৰু দৰ্শকে একেলগে পৰিৱেশন কৰিব 'মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ