--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই অনুষ্ঠানতে বি এছ এফৰ জোৱনসকলে 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ব্যৱহাৰ কৰা অস্ত্র-শস্ত্ৰবোৰৰ পূজা কৰে।

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ উপলক্ষত এটা পৰম্পৰাগত 'সশস্ত্র পূজা'ৰ বৃহস্পতিবাৰে আয়োজন কৰে ৰাজস্থানৰ জয়ছালমেৰত নিয়োজিত হৈ থকা সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) ১০৫৫ পদাতিক বাহিনীয়ে।


এই অনুষ্ঠানতে বি এছ এফৰ জোৱনসকলে 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ব্যৱহাৰ কৰা অস্ত্র-শস্ত্ৰবোৰৰ পূজা কৰে। উল্লেখযোগ্য যে পহলগাম-কাণ্ডৰ পাছত পাকিতানক 'অপাৰেশ্যন সেন্দুৰ'ৰ জৰিয়তে ভাৰতীয় সামৰিক বাহিনীয়ে যোগ্য প্রত্যুত্তৰ দিছিল। অস্ত্র-শস্ত্ৰবোৰক 'দেৱতা' হিচাপে গণ্য কৰি শক্তি মন্ত্র উচ্চাৰণেৰে বি এছ এফৰ জোৱানসকলে ফুলেৰে অস্ত্র-শস্ত্ৰবোৰক পূজা-অর্চনা আগবঢ়ায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ