--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উল্লেখযোগ্য যে, প্ৰতিবছৰে শীতৰ সময়ত কেদাৰনাথ, বদ্রীনাথসহ চাৰিওখন ধামৰে যাত্রা স্থগিত ৰখা হয়।

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ উপলক্ষত আয়োজিত অনুষ্ঠানতে কেদাৰনাথ আৰু বদ্রীনাথ ধামৰ প'ৰ্টেল দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰাৰ দিন ঘোষণা কৰে মন্দিৰ কৰ্তৃপক্ষই।


অহা ২৩ অক্টোবৰত শীত কালৰ বাবে কেদাৰনাথ ধামৰ প'ৰ্টেল আনুষ্ঠানিকভাৱে বন্ধ কৰা হ'ব। শ্রীবদ্রীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে এই কথা বৃহস্পতিবাৰে প্রকাশ কৰে। আনহাতে, অহা ২৫ অক্টোবৰৰ বিয়লি ২.৫৬ বজাৰ পৰা বদ্রীনাথ ধামৰ প'ৰ্টেলো বন্ধ কৰা হ'ব। এই দিন দুটাৰ পৰাই কেদাৰনাথ আৰু বদ্রীনাথ ধামৰ দ্বাৰ তীৰ্থযাত্ৰীৰ বাবে বন্ধ কৰা হ'ব বুলি মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰিছে। 


উল্লেখযোগ্য যে, প্ৰতিবছৰে শীতৰ সময়ত কেদাৰনাথ, বদ্রীনাথসহ চাৰিওখন ধামৰে যাত্রা স্থগিত ৰখা হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ