--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উল্লেখযোগ্য যে জনপ্রিয় অভিনেতাজনে শেহতীয়াকৈ বিজেপিলৈ গমন কৰিব বুলি চর্চা হৈছিল আৰু ইয়াক লৈয়ে বিহাৰৰ ৰাজনীতিত ব্যাপক চর্চা হৈছিল।

ডিজিটেল ডেস্কঃ সমাগত বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোজপুৰী চিনেমা জগতৰ জনপ্ৰিয় তাৰকা পৱন সিঙক কেন্দ্ৰীয় গৃহ ম্যালয়ে 'ৱাই' কেটেগৰীৰ নিৰাপত্তা প্রদান কৰিছে। 



বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই এই কথা নিশ্চিত কৰে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই (আই বি) অভিনেতাজনৰ জীৱনলৈ শংকা আহিছে বুলি প্রতিবেদন দিছিল। বিশেষকৈ, বিহাৰত নিৰ্বাচনী বতৰত জনপ্রিয় ভোজপুৰী চিনেমাৰ অভিনেতাজন সুৰক্ষিত নহয় বুলি আই বিয়ে শংকা প্রকাশ কৰিছিল। 


উল্লেখযোগ্য যে জনপ্রিয় অভিনেতাজনে শেহতীয়াকৈ বিজেপিলৈ গমন কৰিব বুলি চর্চা হৈছিল আৰু ইয়াক লৈয়ে বিহাৰৰ ৰাজনীতিত ব্যাপক চর্চা হৈছিল


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ