--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাহাৰৰ গোপন ঠাইত লুকুৱাই ৰখা ৫০ টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰা হয় ৬৬৫ গ্ৰাম হেৰ’ইন।

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি কাছাৰ আৰক্ষীয়ে পুনৰ এবাৰ অৰ্জন কৰিলে সফলতা। লক্ষীপুৰ বিধানসভাৰ অন্তৰ্গত জুজাং পাহাৰত চলোৱা বিশেষ অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন।


পাহাৰৰ গোপন ঠাইত লুকুৱাই ৰখা ৫০ টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰা হয় ৬৬৫ গ্ৰাম হেৰ’ইন। যাৰ বজাৰ মূল্য প্ৰায় ৩.৫ কোটি টকা বুলি জনালে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে।


ইয়াৰ পূৰ্বে, ২৯ অক্টোবৰ তাৰিখে কাছাৰ আৰক্ষীয়ে লিংবৈ হুনছাই, লালৰিংথাং মাৰ আৰু বৰজুনা মাৰ নামৰ তিনিজন ড্ৰাগ্ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। তেখেতসকলৰ আধাৰতেই এই অভিযান চলোৱা হৈছে বুলি জনালে অতিৰিক্ত আৰক্ষী অধীক্ষকে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ