--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আটকাধীন যুৱকজন ৰোৱাৰকুটিৰ আব্দুল মতালেব বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক:  ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক ।


ধুবুৰী সদৰ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ ধৰ্মশালা আৰক্ষী চকীৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত প্ৰায় ৭৯ হাজাৰ ভাৰতীয় জালনোটসহ এজন যুৱকক আটক কৰে।


আটকাধীন যুৱকজন ৰোৱাৰকুটিৰ আব্দুল মতালেব বুলি জানিব পৰা গৈছে।


যোৱা নিশা ৭৯ হাজাৰ জালনোট লৈ আব্দুল মতালেবে ৰাস্তাৰে গৈ থকা অৱস্থাত ধৰ্মশালা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ধৃত জাল নোট ব্যৱসায়ীক।


আটকাধীন যুৱকজনক পিছত ধুবুৰী সদৰ আৰক্ষী থানালৈ লৈ গৈ আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ