--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলগীয়া মন্ত্রী আৰু দলীয় নেতাই আৰ টি-পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক কৰা হৈছে

ডিজিটেল ডেস্ক : দেশত সক্রিয় কভিড ৰোগীৰ সংখ্যা ৭ হাজাৰ অতিক্ৰম কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলগীয়া মন্ত্রী আৰু দলীয় নেতাই আৰ টি-পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক কৰা হৈছে। 


এটা সংবাদ মাধ্যমে এই দাবী কৰে। বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ বাসগৃহত দিল্লীৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ বিষয়ববীয়াসকলে এক নির্ধাৰিত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ আগতে এই সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে। 


প্রট'কল বা আচাৰবিধিৰ মতে বৈঠকত উপস্থিত থকা সকলোৱে বৈঠকৰ আগত নিগেটিভ আৰ টি-পি চি আৰ টেষ্ট ৰিপ'ৰ্ট দাখিল কৰিব লাগিব। ৰাজহুৱা সভা-সমিতিৰ ক্ষেত্ৰলৈও এই আচাৰবিধি সম্প্ৰসাৰণ কৰা হৈছে। 


সংবাদ মাধ্যমৰ বাতৰি মতে, কোনো সমাৱেশ, সভাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰা বিষয়া, বিষয়ববীয়াসকলেও আৰ টি-পি চি আৰ টেষ্ট কৰাব লাগিব আৰু তেওঁৰ এই পৰীক্ষাৰ ফল নেতিবাচক বুলি প্রমাণ দেখুৱাব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ