--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে CM ভিজিলেন্সে আদালতত নূপুৰৰ বিৰুদ্ধে দাখিল কৰে ১২৫৪ পৃষ্ঠাৰ অভিযোগনামা । নূপুৰৰ গ্ৰেপ্তাৰৰ ৫৮ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰিলে অভিযোগনামা ।

ডিজিটেল ডেস্ক : নূপুৰ বৰাৰ জামিনৰ বিৰোধিতাৰে উচ্চ ন্যায়লয়ত আবেদন CM ভিজিলেন্সৰ । মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতে জামিন দিছিল ACS নূপুৰ বৰাক ।


বুধবাৰে CM ভিজিলেন্সে আদালতত নূপুৰৰ বিৰুদ্ধে দাখিল কৰে ১২৫৪ পৃষ্ঠাৰ অভিযোগনামা । নূপুৰৰ গ্ৰেপ্তাৰৰ ৫৮ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰিলে অভিযোগনামা ।

অভিযোগনামাত সন্নিবিষ্ট হৈছে নূপুৰ বৰাৰ আয় বৰ্হিভুত সম্পত্তিৰ পৰিমান ৪৫৮.৬৪% । নূপুৰৰ বিৰুদ্ধে CM ভিজিলেন্সত ৰুজু হৈছিল ২৫/২৫ নম্বৰৰ এটা গোচৰ ।


৫৬ দিন ন্যায়িক জিম্মাত থকাৰ বাবেই বিশেষ ন্যায়াধীশৰ আদালতে দিছিল জামিন । নূপুৰে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আদালতৰ নিৰ্দেশ তদন্ত চলি থকাৰ সময়ছোৱাত কোনো সাক্ষীক লগ ধৰিব নোৱাৰিব ।


আদালতৰ অনুমতি অবিহনে যাব নোৱাৰিব অন্য স্থানলৈ ।এই জামিনক প্ৰত্যাহবান জনাই তদন্তকাৰী বিষয়াই উচ্চ ন্যায়ালয়ত দাখিল কৰিছে জামিন নাকচৰ আবেদন ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ