--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হাজো আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ এটা বৃহৎ দলে খেদি খেদি ধৰিবলৈ সক্ষম হয় লাখ লাখ টকাৰ এই সামগ্ৰী কঢ়িওৱা ট্ৰাকখন।

ডিজিটেল ডেস্কঃ হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপৰ দদৰা -শিঙিমাৰী পথত আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক।


হাজো আৰক্ষীয়ে দদৰা আৰক্ষীৰ সহযোগত দদৰাত ধৰিবলৈ সক্ষম হয় AS-01-NC-7829 নম্বৰৰ ট্ৰাকখন।


১২ নবেম্বৰ তাৰিখে মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ NEZONE COMPLEX ৰ শিলচৰলৈ বুলি প্ৰায় সাতাইশ লাখ টকাৰ এক্সাইড বেটাৰী আৰু ইনভাৰ্টাৰ মেচিন লৈ ৰাওনা হৈছিল ট্ৰাকখন। কিন্তু ৰহস্যজনকভাবে, ১৪ নবেম্বৰ তাৰিখে শিলচৰৰ গৈ পাবলগীয়া ট্ৰাকখন হাজো দিশে অহাৰ খবৰ লাভ কৰে আৰক্ষীয়ে।


গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা এই খবৰতেই সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। হাজো আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ এটা বৃহৎ দলে খেদি খেদি ধৰিবলৈ সক্ষম হয় লাখ লাখ টকাৰ এই সামগ্ৰী কঢ়িওৱা ট্ৰাকখন।


চালক,হেন্দিমেন আৰু গৰাকীয়ে নিজেই ট্ৰাকখন হাইজেক কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে, হাইজেক হোৱা বাহনখন আৰু সামগ্ৰী সমূহ আৰক্ষীয়ে জব্দ কৰাৰ লগতে আটক কৰিছে চালক হেন্দিমেন আৰু ট্ৰাকখনৰ গৰাকীক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
আজি জন্মাষ্টমী; সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব তিনি ৰাশিৰ জাতক-জাতিকাৰ
ধুবুৰী আৰক্ষীৰ সফল অভিযান; ২৪টা গৰু উদ্ধাৰ, দুজনক আটক
‘‘মা তোমালৈ বহুত মনত পৰিছে, উভতি আহা’’; ২৪ জুলাইৰ পৰা সন্ধানহীন ওদালগুৰিৰ দুই সন্তানৰ এগৰাকী মাতৃ
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা