--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • খেল খনত জুবিন গাৰ্গ একাদশ তিনি উইকেটত জয়ী হয়।প্ৰথমতে যোৰহাট প্ৰিমীয়াৰ লীগ একাদশে ১৫ অভাৰত ৭ উইকেটৰ বিনিময়ত ৯২ ৰান কৰে।

ডিজিটেল ডেস্কঃ যোৰহাট ষ্টেডিয়ামত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ৰ স্মৃতি সোঁৱৰণ কৰি সোমবাৰে দ্বিতীয় বৰ্ষ JPL ৰ এখন প্ৰদশনিমূলক খেলত জুবিন গাৰ্গ একাদশ আৰু JPL একাদশৰ মাজত অনুষ্ঠিত হয়। 


জুবিন একাদশত নীল আকাশ,ৰাজেশ ভূঞা,আচুৰ্য বৰপাত্ৰকে আদি কৰি কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ বিপৰীতে JPL একাদশৰ হৈ জিলা আয়ুক্ত জয় শিবানি,ৰূপজ্যোতি কুৰ্মীকে আদিকৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিএ অংশগ্ৰহণ কৰে । খেল খনত জুবিন গাৰ্গ একাদশ তিনি উইকেটত জয়ী হয়।প্ৰথমতে যোৰহাট প্ৰিমীয়াৰ লীগ একাদশে ১৫ অভাৰত ৭ উইকেটৰ বিনিময়ত ৯২ ৰান কৰে। প্ৰত্যুত্তৰত জেদ জি একাদশে ১৩ অভাৰত ৭ উইকেটৰ ব্যৱধানত ৯৩ ৰান সংগ্ৰহ কৰি ৩ উইকেটত জয়ী হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ