--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উত্থাপিত অভিযোগ অনুসৰি ডিব্ৰুগড় মহানগৰৰ পদুম নগৰৰ কৃশানু চক্ৰৱৰ্তীয়ে বহু ব্যক্তিৰ পৰা গাড়ীৰ বীমাৰ নামত বৃহৎ ধন সংগ্ৰহ কৰিছিল।

ডিজিটেল ডেস্কঃ বাহনৰ বীমা পলিচীৰ নামত ধন সৰকাই জনৰোষত পৰিল এজন দালাল। বীমা পলিচী কৰাৰ নামত হাজাৰ হাজাৰ টকা ধন সংগ্ৰহ কৰা ডিব্ৰুগড়ৰ কৃশানু চক্ৰৱৰ্তী নামৰ দালালজনক কৰায়ক্ত কৰি গতাই দিলে আৰক্ষীক। 


উত্থাপিত অভিযোগ অনুসৰি ডিব্ৰুগড় মহানগৰৰ পদুম নগৰৰ কৃশানু চক্ৰৱৰ্তীয়ে বহু ব্যক্তিৰ পৰা গাড়ীৰ বীমাৰ নামত বৃহৎ ধন সংগ্ৰহ কৰিছিল। পলিচী বজাৰত গাড়ীৰ বীমা কৰাৰ নামত ধন লৈ পৰৱৰ্তী সময়ত গাড়ীৰ গৰাকীক ভুৱা বীমাৰ নথি প্ৰদান কৰি আহিছে। কিন্তু আশ্বৰ্যজনক কথাটো হ'ল, তেওঁলোকৰ গাড়ীৰ ইঞ্চুৰেঞ্চ আপডেট নহয় পৰিবহন বিভাগৰ ৱেবচাইটত। 


পৰৱৰ্তী সময়ত যুৱকজনৰ ওপৰত সন্দেহ হোৱাত ধন উভতাই বিচাৰি বহুবাৰ যোগাযোগৰ চেষ্টা কৰে। কিন্তু কৃশানুৱে বিভিন্ন ধৰণৰ অজুহাত দেখোৱাই ধন ঘূৰাই দিবলৈ বিচৰা নাছিল। 


দীৰ্ঘদিনৰ পৰা পলাতক হৈ থকা কৃশানু চক্ৰৱৰ্তী নামৰ দালাজনক আজি মহানগৰৰ আৰক্ষী চাউনীৰ সমীপত কৰায়ক্ত কৰি ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকসকলক দালালজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ