--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১৫১ টা ক'ফ চিৰাপৰ বটল বস্তাত ভৰাই লৈ যোৱা সময়ত আৰক্ষীয়ে আটক কৰে লোকজনক।

ডিজিটেল ডেস্ক: ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ ক'ফ চিৰাফ জব্দ।


ৰূপহীহাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঔআনাত অভিযান চলাই এজন নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে নিষিদ্ধ ক'ফ চিৰাপ।


১৫১ টা ক'ফ চিৰাপৰ বটল বস্তাত ভৰাই লৈ যোৱা সময়ত আৰক্ষীয়ে আটক কৰে লোকজনক।


ধৃত লোকজন ঔআনাৰ বাসিন্দা ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।


ৰফিকুলৰ পৰা আৰক্ষীয়ে AS02Y-6876 নম্বৰৰ এখন বাইক জব্দ কৰে।


অধিক তথ্যৰ বাবে ধৃত ৰফিকুলক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ