--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যুৱক জনে দীর্ঘ দিনৰ পৰা স্বামী নথকা এগৰাকী মহিলাৰ ঘৰত দিনে নিশাই সোমাই থকাত স্থানীয় ৰাইজৰ সন্দেহ ওপজে

ডিজিটেল ডেস্কঃ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰাবান্ধিত পৰকীয়া প্ৰেমৰ সন্দেহত ৰাইজে যুৱক এজনক ধৰি সুধালে উত্তম মাধ্যম।


যুৱক জনে দীর্ঘ দিনৰ পৰা স্বামী নথকা এগৰাকী মহিলাৰ ঘৰত দিনে নিশাই সোমাই থকাত স্থানীয় ৰাইজৰ সন্দেহ ওপজে। পিছলৈ নিশা ১২ টা মান বজাত অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত যুৱক জনক মহিলা গৰাকীৰ ঘৰত সোমাই থকা অৱস্থাত উদ্ধাৰ কৰে আৰু আৰক্ষীক গতাই দিয়ে।


যুৱক জনৰ ঘৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত গায়নগাঁও। নাম তেওঁৰ দিলদাৰ। স্থানীয় ৰাইজে জনোৱা মতে স্বামী নথকা মহিলা জনীৰ ঘৰত প্ৰায়েই নিশা উপস্থিত হয় দিলদাৰ। অবৈধ সম্পৰ্ক থকাৰ সন্দেহ হোৱাত হাতে লুটে কৰায়ত্ত কৰিবলৈ যাওঁতে মহিলা জনীয়ে হাতত দা লৈ ৰাইজক আক্ৰমন কৰিবলৈ ওলাই অহাত ৰাইজে একত্ৰিতে আৰক্ষীক খবৰ দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ