--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ সংবাদ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা হুছেইন ডাঙৰীয়াই বিভিন্ন বিষয়ত এগৰাকী সমাজ সচেতকৰ ভূমিকা পালন কৰি আহিছে।

ডিজিটেল ডেস্ক :যশস্বী সাংবাদিক, সুলেখক শ্ৰী হাইদৰ হুছেইন সম্প্ৰতি অসুস্থ হৈ থকাৰ বাবে তেখেতৰ খবৰ ল'বলৈ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।


"অসমৰ সংবাদ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা হুছেইন ডাঙৰীয়াই বিভিন্ন বিষয়ত এগৰাকী সমাজ সচেতকৰ ভূমিকা পালন কৰি আহিছে। তেখেতৰ সৈতে বাৰ্তালাপ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লওঁ আৰু তেখেত সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ আশাৰে আশু আৰোগ্য কামনা কৰোঁ।", সোণোৱালে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত