--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কৃষ্ণাই-মেন্দিপথাৰ সংযোগী পথেৰে ML-05E-6582 নম্বৰৰ মাৰুতি ভানত মেঘালয়লৈ গৈ থকা সময়তে গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৷

ডিজিটেল ডেস্কঃ গোৱালপাৰা কৃষ্ণাইৰ জিৰাত অবৈধভাৱে সৰবৰাহ কৰা চাৰিটা গৰুসহ দুই লোকক আটক৷ আটকাধীন লোক দুজন মেঘালয়ৰ নানাথ মাৰাক আৰু ফেনদ্ৰিক চাংমা।


কৃষ্ণাই-মেন্দিপথাৰ সংযোগী পথেৰে ML-05E-6582 নম্বৰৰ মাৰুতি ভানত মেঘালয়লৈ গৈ থকা সময়তে গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৷


জিৰা গাওঁৰক্ষী বাহিনীয়ে মাৰুতি ভানখনত গৰু থকা প্ৰত্যক্ষ কৰি জিলা গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ পিছত জিলা গাঁওৰক্ষী বাহিনীয়ে বাহনখন জব্দ কৰাত গাড়ীৰ ভিতৰত ঠেঙ বান্ধি থোৱা চাৰিটা গৰু প্ৰত্যক্ষ কৰে ৷


ঘটনাৰ সন্দৰ্ভত কৃষ্ণাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহন, গৰু চাৰিটা সহ দুই সৰবৰাহকাৰীক আটক কৰি থানালৈ আনে ৷ 


দুয়োকে জেৰা কৰি থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ