--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমগ্র অসমৰ লগতে মৈৰাবাৰী সমবায় সমিতিতো আজি উক্ত আঁচনিৰ শুভাৰম্ভ কৰা হয়

ডিজিটেল ডেস্কঃ আজিৰ পৰা অসম চৰকাৰৰ আঁচনিৰ অন্তৰ্গত ৰেচন কাৰ্ডত বিনামূলীয়া চাউলৰ উপৰিও অন্তৰ্ভুক্ত হ'ল দালি, চেনী আৰু নিমখ।


সমগ্র অসমৰ লগতে মৈৰাবাৰী সমবায় সমিতিতো আজি উক্ত আঁচনিৰ শুভাৰম্ভ কৰা হয়।


মৈৰাবাৰী সমবায় সমিতি লিমিটেডত আয়োজন হোৱা উক্ত অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি চেলিম চৌধুৰী,মৈৰাবাৰী সমবায় সমিতিৰ চেয়াৰমেন আবুল কাছেম,সম্পাদক ৰবিউল ইছলাম আৰু অন্যান্য বিশিষ্ট ব্যক্তি সকল।


উক্ত আঁচনি লাভ কৰি অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ৰেচন কাৰ্ড হিতাধিকাৰী সকলৰ লগতে উপস্থিত সকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ