--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৯ আগষ্টত গোৱালপাৰ জিলাৰ সোনাৰীৰ ৰিজাউল হক নামৰ যুৱকজনে ৰঙিয়া ৰেল ষ্টেচনৰ পৰা নিজকে অপহৰণ হোৱা বুলি অপহৰণকাৰী হৈ নিজ জেষ্ঠ ভাতৃক ফোনযোগে অৱগত কৰে

ডিজিটেল ডেস্ক : ৰঙিয়াত সংঘটিত হৈছে আজৱ ঘটনা ।নিজকে অপহৰণ হোৱা বুলি ভিডিঅ প্ৰেৰন কৰি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ।


ঘটনা অনুসৰি ১৯ আগষ্টত গোৱালপাৰ জিলাৰ সোনাৰীৰ ৰিজাউল হক নামৰ যুৱকজনে ৰঙিয়া ৰেল ষ্টেচনৰ পৰা নিজকে অপহৰণ হোৱা বুলি অপহৰণকাৰী হৈ নিজ জেষ্ঠ ভাতৃক ফোনযোগে অৱগত কৰে ।


লগতে ককায়েকক হাত ভৰি বন্ধা কেইবাতাও ভিডিঅ প্ৰেৰণ কৰি জেষ্ঠ ভাতৃক ২ লাখ টকা মুক্তিপণ বিচাৰে । অৱশেষত জেষ্ঠ ভাতৃ মিজানুৰ ৰহমানে উপায়বিহীন হৈ ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ৰঙিয়া আৰক্ষীয়ে তৎপৰতা দেখুৱাই তদন্ত আৰম্ভ কৰে আৰু যোগীঘোপাৰ পৰা আটক কৰে অপহৰণৰ নাটক কৰা ৰিজাউল হকক । বৰ্তমান ৰঙিয়া আৰক্ষীৰ জিম্মাত ৰিজাউল হক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ