--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই নতুন মিঠাইবিধ হ'ব দেশৰ সবাতোকৈ দামী মিঠাই। জয়পুৰৰ 'স্বর্ণ প্ৰসাদম' নামৰ এই মিঠাই বিধৰ দাম হ'ব প্রতি কিল'গ্রামত ১
  • ১১ লাখ টকা।

ডিজিটেল ডেস্কঃ দীপাৱলী উৎসৱৰ বতৰত ৰাজস্থানৰ জয়পুৰৰ নাম বাতৰিৰ শিৰোনামলৈ আহিছে। চহৰখনত দীপাৱলীৰ বাবে এবিধ নতুন মিঠাই প্ৰস্তুত কৰা হৈছে। 


লক্ষণীয় বিষয়টো হ'ল এই নতুন মিঠাইবিধ হ'ব দেশৰ সবাতোকৈ দামী মিঠাই। জয়পুৰৰ 'স্বর্ণ প্ৰসাদম' নামৰ এই মিঠাই বিধৰ দাম হ'ব প্রতি কিল'গ্রামত ১.১১ লাখ টকা। এই মিঠা সোৱাদৰ আক্ষৰিক অর্থ হৈছে 'এটা ভক্তিমূলক খাদ্য সামগ্রী, যাক ভক্ষণীয় হিচাপে ব্যৱহাৰ কৰা ২৪ কেৰেট বিশুদ্ধ সোণেৰে প্ৰস্তুত কৰা হৈছে। নিউজ এজেঞ্চি পি টি আয়ে প্রকাশ কৰা মতে, স্বাস্থ্যৰ বাবে উপকাৰী হিচাপে এই মিঠাইবিধ প্রস্তুত কৰা হৈছে। 


মিঠাইটোৰ ছবিবোৰত দেখা গৈছে যে এই সর্বোত্তম শ্ৰেণীৰ মিঠাইবিধ প্লাষ্টিকৰ কাপত বিশুদ্ধ সোণেৰে উজ্জ্বল কৰি ৰূপৰ আৱৰণেৰে মেৰিয়াই দিয়া হৈছে আৰু মিঠাইবিধত ড্রাই ফ্রুইচ্ছ আৰু পাইন বাদাম পৰিৱেশন কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ