--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেৰালা ৰাজ্য গঠনৰ বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি অহা ১ নৱেম্বৰত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ৰাজ্যখনক 'অত্যন্ত দৰিদ্ৰতামুক্ত' ৰাজ্যৰূপে ঘোষণা কৰিব।

ডিজিটেল ডেস্কঃ কেৰালা ৰাজ্য গঠনৰ বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি অহা ১ নৱেম্বৰত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ৰাজ্যখনক 'অত্যন্ত দৰিদ্ৰতামুক্ত' ৰাজ্যৰূপে ঘোষণা কৰিব।


তিৰুৱনন্তপুৰমৰ চেন্ট্রেল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানত চলচ্চিত্ৰ তাৰকা তথা সাংসদ কামাল হাচান, মামুটি আৰু মোহনলাল মুখ্য অতিথিৰূপে উপস্থিত থাকিব। ৰাজ্যৰ সকলো মন্ত্ৰীৰ উপস্থিতিত উক্ত ঘোষণা কৰা হ'ব। মূল অনুষ্ঠানৰ আগতে সাংস্কৃতিক কার্যসূচী থাকিবলগীয়া উক্ত অনুষ্ঠানলৈ বিৰোধী দলৰ দলপতিকো নিমন্ত্রণ জনোৱা হ'ব। 


তিৰুৱনন্তপুৰৰ্মত এখন সংবাদমেলত স্থানীয় স্ব-শাসন দপ্তৰৰ মন্ত্ৰী এম বি ৰাজেশ আৰু শিক্ষা মন্ত্রী ভি শিৱানকুট্টিয়ে কয়, 'অত্যন্ত দৰিদ্ৰতা দূৰ কৰি কেৰালাই পুনৰ ইতিহাস ৰচিলে। এই লক্ষ্যত উপনীত হোৱা ভাৰতৰ প্ৰথম ৰাজ্য হোৱাৰ লগতে এই লক্ষ্যত উপনীত হোৱা কেৰালা বিশ্বৰ দ্বিতীয় অঞ্চল হ'ল।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ