--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ (এন এইচ এম) লক্ষ্য হৈছে পক্ষপাতিত্বহীন, বহনসাধ্য আৰু মান সম্পন্ন স্বাস্থ্য সেৱা আগবঢ়োৱা। এই আঁচনিৰ অধীনত চিকিৎসক আৰু নাৰ্ছকে ধৰি বৃহৎসংখ্যক কৰ্মচাৰী নিয়োজিত হৈ আছে।

ডিজিটেল ডেস্ক : ছট্টিশগড়ত আন্দোলনৰ নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ (এন এইচ এম) ২৫গৰাকী কৰ্মচাৰীক চৰকাৰে বৰ্খাস্ত কৰাৰ পাছত এন এইচ এমৰ আন্দোলনৰত ১৪,০০০তকৈ অধিক ঠিকাভিত্তিক বিষয়া আৰু কৰ্মচাৰীয়ে পদত্যাগ-পত্ৰ দাখিল কৰে। শুকুৰবাৰে তেওঁলোকৰ এজন প্রতিনিধিয়ে এই কথা জনায়।


চাকৰিৰ নিয়মীয়াকৰণ আৰু কৰ্মৰ পৰিৱেশ উন্নীতকৰণকে ধৰি বিভিন্ন দাবীৰে এন এইচ এমৰ কৰ্মচাৰীসকলে ১৮ আগষ্টৰ পৰা আন্দোলন কৰি আছে। কিন্তু ছট্টিশগড় প্রদেশ এন এইচ এম কৰ্মচাৰী সংঘৰ এজন বিষয়ববীয়াৰ মতে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ পৰিৱৰ্তে চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্রহণ কব্বিলৈ লৈছে।


উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ (এন এইচ এম) লক্ষ্য হৈছে পক্ষপাতিত্বহীন, বহনসাধ্য আৰু মান সম্পন্ন স্বাস্থ্য সেৱা আগবঢ়োৱা। এই আঁচনিৰ অধীনত চিকিৎসক আৰু নাৰ্ছকে ধৰি বৃহৎসংখ্যক কৰ্মচাৰী নিয়োজিত হৈ আছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ