--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিজৰ মাত্ৰ ৮ দিনীয়া নিষ্পাপ সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃ চুমি নাথক(২৬)

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত চিতলমাৰীত সংঘটিত হৈছে এক হৃদয়বিদাৰক হত্যাকাণ্ডৰ ৰহস্য ।


নিজৰ মাত্ৰ ৮ দিনীয়া নিষ্পাপ সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃ চুমি নাথক(২৬)।


চিতলমাৰীৰ বাসিন্দা পিংকু নাথৰ পত্নী চুমিয়ে বিধানসভা নিৰ্বাচনৰ নিশা এই জঘন্য কাণ্ড সংঘটিত কৰিছিল । আৰক্ষীৰ জেৰাত পাষণ্ড মাতৃগৰাকীয়ে ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে ।


এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শ শ পুৰুষ-মহিলাই ৰাজপথলৈ ওলাই আহি হত্যাকাৰী মাতৃগৰাকীৰ ফাঁচীৰ দাবী জনায়।


প্ৰতিবাদকাৰী ৰাইজে ৮ দিনীয়া দেৱশিশুটিয়ে যাতে শান্তি পায়, তাৰ বাবে ১ মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে। এগৰাকী মাতৃয়ে কিয় ইমান জঘন্য কাণ্ড কৰিলে তাৰ ৰহস্য এতিয়াও উদ্ভাৱন হোৱা নাই । হাওৰাঘাট আৰক্ষীয়ে ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ