--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ গুৱাহাটীত উপস্থিত হৈ মহানগৰীৰ সমীপৰ সোণাপুৰস্থিত সমাধিস্থলীত জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাব।

ডিজিটেল ডেস্ক: অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অহা ১৭ অক্টোবৰত গুৱাহাটীলৈ আহিব। 


তেওঁ গুৱাহাটীত উপস্থিত হৈ মহানগৰীৰ সমীপৰ সোণাপুৰস্থিত সমাধিস্থলীত জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাব। লোক সভাৰ বিৰোধী দলপতিগৰাকীয়ে প্রয়াত শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গকো সমবেদনা জনাব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ