--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে AS06-AC -7653 নম্বৰৰ বিলাসী গাড়ীৰ পৰা তিনিজনী গাইগৰু উদ্ধাৰ কৰাৰ লগতে গাড়ীখনত অহা শিৱসাগৰ ষ্টেচন চাৰিআলিৰ মেৰাজ আলী (৩৯ ) আৰু চমিদুল আলীক ( ৪০ ) আটক কৰিবলৈ সক্ষম হয় ।

ডিজিটেল ডেস্কঃ  কাহিলী পুৱাতে নাজিৰাৰ আৰক্ষীয়ে এখন বিলাসী বাহনসহ তিনিজনী গাইগৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।


নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেতৃত্বত আৰক্ষীৰ দলে গেলেকী মেকীপুৰ ফালৰ পৰা অহা তিনিখন গৰুভৰ্তি বিলাসী বাহন অহাৰ সম্ভেদ পাই বৰতলাৰ পৰা আৰক্ষীয়ে খেদি খেদি নাজিৰা চাৰিআলিত এখন গাড়ী ৰখাবলৈ সক্ষম হয় আৰু আন দুখন গৰুভৰ্তি গাড়ী অতি কৌশলেৰে চাৰিআলিৰ সমীপত ঘূৰাই বিপৰীত দিশত পলায়ন কৰে।


আৰক্ষীয়ে AS06-AC -7653 নম্বৰৰ বিলাসী গাড়ীৰ পৰা তিনিজনী গাইগৰু উদ্ধাৰ কৰাৰ লগতে গাড়ীখনত অহা শিৱসাগৰ ষ্টেচন চাৰিআলিৰ মেৰাজ আলী (৩৯ ) আৰু চমিদুল আলীক ( ৪০ ) আটক কৰিবলৈ সক্ষম হয় ।


আনহাতে চুৰিগৰু ভৰ্তি গাড়ীখনৰ চালকজনো অতি কৌশলেৰে পলায়ন কৰে । আৰক্ষীয়ে গৰুচোৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ