--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাসৰ প্ৰথমদিনা কাৰ্যসূচীত পুৱাৰ ভাগত থাকিব শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নিশা ভাগলৈ সুধাকণ্ঠ শতবৰ্ষৰ লগত সংগতি ৰাখি ১০০ গজি বন্তি প্ৰজ্বলন কাৰ্যসূচী।

ডিজিটেল ডেস্কঃ মাজুলী শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত ৰাস উদযাপন প্ৰস্তুতি। ৪ নৱেম্বৰ পৰা ৬ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৰাস। ৰাসৰ প্ৰথমদিনা কাৰ্যসূচীত পুৱাৰ ভাগত থাকিব শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নিশা ভাগলৈ সুধাকণ্ঠ শতবৰ্ষৰ লগত সংগতি ৰাখি ১০০ গজি বন্তি প্ৰজ্বলন কাৰ্যসূচী।


তিনিদিনৰ কাৰ্যসূচীত থাকিব ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ বাবে বিনামূলীয়া অন্ন ব্যৱস্থা।


অন্যহাতে মাজুলীত মিঞা মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে বুলি কোৱা মুখ্যমন্ত্ৰীৰ মন্তব্যত সহমত প্ৰকাশ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ।


তেওঁ কয় যে কৰ্ম সূত্ৰে ''মাজুলীলৈ বহু লোক আহিছে। আমি অৰ্থনৈতিকভাৱে বাধা দিব লাগিব।'' উঠি অহা প্ৰজন্ম কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগিব তেতিয়াহে এই লোকসকল ইয়াৰ পৰা আঁতৰি যাব বুলি মন্তব্য প্ৰদান কৰে সত্ৰাধিকাৰগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ