--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাৰ সংক্ৰান্তত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰাত গোচৰ পঞ্জীয়ন কৰি ধৰ্ষনকাৰীক গ্ৰেপ্তাৰ কৰে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে

ডিজিটেল ডেস্কঃ চিলাপথাৰত সংঘটিত হ'ল লাভ জেহাদৰ ঘটনা। প্ৰাপ্ত অভিযোগ মতে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লিকাবালি বিজয়পুৰৰ মিৰালাম আলি (১৮) নামৰ যুৱক জনে কিছু নিলগৰ আলিকাষৰ এগৰাকী ১৪ বছৰীয়া হিন্দু ধৰ্মাৱলম্বী নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে।


কালি মাজনিশা আন দুজন বন্ধুৰ সৈতে লগ লাগি এখন বলে'ৰ গাড়ীত

ঘৰৰ পৰা উঠাই লৈ যায় নাবালিকাক। নাবালিকাক বলাৎকাৰ কৰি লম্পটে ঘৰৰ পৰা কিছু নিলগত পেলাই থৈ যায়। আজি পূৱাৰ ভাগত ঘটনাস্থলীত মূৰ্মুষু অৱস্থাত যুৱতীক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে।


ঘটনাৰ সংক্ৰান্তত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰাত গোচৰ পঞ্জীয়ন কৰি ধৰ্ষনকাৰীক গ্ৰেপ্তাৰ কৰে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ