--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰে'লপথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ মাতৃসহ দুজন কণমানি শিশু।

ডিজিটেল ডেস্কঃ  মহানগৰীৰ পানীখাইটিৰ হাতীশিলাত চাঞ্চল্যকৰ ঘটনা । নিশা কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক। 


ৰে'লপথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ মাতৃসহ দুজন কণমানি শিশু।


স্থানীয় ৰাইজে সন্দেহ কৰা মতে নিশা কোনো লোকে চলন্ত ৰে'লৰ পৰা পেলাই থৈ গৈছে মাতৃসহ শিশু দুটিক ।


ৰাতিপুৱা ভাগত বৰষুণত হাবিৰ মাজত তিতি কান্দি থকা অৱস্থাত স্থানীয় ৰাইজে এটা শিশুক উদ্ধাৰ কৰাৰ পিছত কিছু দূৰত মাতৃসহ আন এটা শিশু উদ্ধাৰ কৰে।


ইয়াৰ পিছতে ৰাইজে স্থানীয় আৰক্ষীক ঘটনাটো অৱগত কৰে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এটি শিশুক ৰাইজে চিকিৎসালয়লৈ লৈ যায়।


অৱশ্যে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাতৃসহ আনটো শিশুক চিকিৎসালয়লৈ যায়।


কিন্তু কোনে কি কাৰণত চলন্ত ৰে'লৰ পৰা কণ কণ শিশু আৰু মাতৃক এনেদৰে পেলায় গ'ল, সেয়া পোহৰলৈ অহা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ