--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে মহাবাহু ব্ৰহ্মপুত্র নদী। কাতি মাহৰ আৰম্ভণিতে অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।

ডিজিটেল ডেস্কঃ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে মহাবাহু ব্ৰহ্মপুত্র নদী। কাতি মাহৰ আৰম্ভণিতে অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। 


যাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী মধ্যমখণ্ড ফেৰী ঘাট অন্য ঠাইলৈ স্থানান্তৰ কৰা হয়। নদীৰ গভীৰতা পূৰ্বৰ তুলনাত যথেষ্ট কমি যোৱাৰ ফলত স্থানান্তৰ কৰিব লগা হৈছে ফেৰী ঘাট। পূর্বে অক্টোবৰ মাহত নদীৰ গভীৰতা ৪০ মিটাৰ পৰ্যন্ত থাকে যদিও বৰ্তমান নদীৰ গভীৰতা ১৩-১৫ মিটাৰ মানহে আছে। যদি এনেদৰে নদীৰ জলপৃষ্ঠ হ্রাস পায় তেন্তে অতি শীঘ্ৰে বন্ধ হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত