--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইটা ভাটাৰ পৰা ইটা কঢ়িওৱা ট্ৰেক্টৰত অবৈধভাৱে কাম কৰি আছিল শিশুকেইগৰাকী।

ডিজিটেল ডেস্কঃ  হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ চাৰিগৰাকী শিশু শ্ৰমিক। 


হোজাইৰ কোমোৰাকটাৰ পৰা আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰে শিশু শ্ৰমিকসকলক।


ইটা ভাটাৰ পৰা ইটা কঢ়িওৱা ট্ৰেক্টৰত অবৈধভাৱে কাম কৰি আছিল শিশুকেইগৰাকী।


আৰক্ষীয়ে শিশু কেইগৰাকীক উদ্ধাৰ কৰি লৈ অহাৰ পিছত খবৰ দিয়া হয় শিশু আৰু মহিলা সুৰক্ষা বিভাগক।


পৰৱৰ্তী সময়ত শিশু আৰু মহিলা সুৰক্ষা বিভাগৰ বিষয়াই শিশুকেইগৰাকীক চমজি লয় নিজ জিম্মাত।


ট্ৰেক্টৰত শিশু শ্ৰমিক নিয়োগ কৰা ব্যক্তিক আটক কৰাৰ পিছতো আশ্চৰ্যজনকভাৱে এৰি দিয়ে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ