--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাগৱতে কয়, 'মই কেতিয়াও কোৱা নাছিলোঁ যে ৭৫ বছৰত কোনো লোকে অৱসৰ ল'ব লাগে। আওপকীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ত ভাগৱতে মন্তব্য কৰে।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) এটা দয়ালু আৰু আধুনিক মনৰ ছবিৰ বিষয়ে আলোকপাত কৰি ইয়াৰ মুৰব্বী মোহন ভাগৱতে বৃহস্পতিবাৰে কয় যে ভাৰতত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সদায় স্থান থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) আৰ এছ এছৰ সৈতে বিবাদ হৈ থকা বুলি চর্চা চলি থকা বিষয়টো পোনছাটেই নাকচ কৰি ভাগৱতে এই দৰে কয়। বিজেপিয়ে সদায় অখণ্ড ভাৰতৰ দিশত গুৰুত্ব আৰোপ কৰি আহিছে বুলি ভাগৱতে কয়।


আৰ এছ এছৰ তিনিদিনীয়া 'আউটৰীচ' অনুষ্ঠানৰ এটা প্রশ্নোত্তৰ শিতান কাৰ্যসূচীত ভাগৱতে মনুস্মৃতিৰ পৰা কৃত্রিম বুদ্ধিমত্তালৈকে (এ আই), শুল্কৰ পৰা জাতিগত বিষয়লৈকে, শিক্ষা, দেশভক্তি, ৰাষ্ট্ৰীয় ভাষা, বিভাজন, অবৈধ প্ৰব্ৰজন, মুছলমানৰ ওপৰত আক্ৰমণ আদি বিষয়ৰ লগতে ৰাজনীতিকৰ অৱসৰৰ বয়স বিষয়তো গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।


ভাগৱতে কয়, 'মই কেতিয়াও কোৱা নাছিলোঁ যে ৭৫ বছৰত কোনো লোকে অৱসৰ ল'ব লাগে। আওপকীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ত ভাগৱতে মন্তব্য কৰে। উল্লেখযোগ্য যে অহা ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰ সম্পূর্ণ হ'ব। কেইদিনমান পূর্বে প্রধানমন্ত্রী মোদীয়ে অৱসৰ ল'ব লাগে বুলি ভাগৱতে মন্তব্য কৰা বুলি ব্যাপক চর্চা চলিছিল।'



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ