--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ফেব্ৰুৱাৰীৰ সমীক্ষাত উত্তৰদাতাৰ (ৰেছপণ্ডেণ্ট) ৬২ শতাংশই তেওঁৰ কৰ্মদক্ষতা (পাৰফর্মেন্স) 'ভাল' বুলি কৈছিল। কিন্তু আগষ্টত এই সংখ্যা ৫৮ শতাংশলৈ হ্রাস পালে।

ডিজিটেল ডেস্ক : ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনপ্রিয়তা হ্রাস পাইছে। ইণ্ডিয়া টুডে'-চি ভোটাৰৰ ২০২৫-ৰ আগষ্টৰ 'মুড অব্ দ্য নেশ্যন' সমীক্ষাৰ মতে হ্রাস পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাৰফর্মেন্স ৰেটিং।


ফেব্ৰুৱাৰীৰ সমীক্ষাত উত্তৰদাতাৰ (ৰেছপণ্ডেণ্ট) ৬২ শতাংশই তেওঁৰ কৰ্মদক্ষতা (পাৰফর্মেন্স) 'ভাল' বুলি কৈছিল। কিন্তু আগষ্টত এই সংখ্যা ৫৮ শতাংশলৈ হ্রাস পালে। আনহাতে, তৃতীয়টো কার্যকালত মোদীৰ কৰ্মদক্ষতা 'জাকতজিলিকা' (আউটষ্টেন্ডিং) বুলি কোৱাৰ হাৰো ফেব্ৰুৱাৰীৰ ৩৬.১ শতাংশৰ পৰা আগষ্টত ৩৪.২ শতাংশলৈ হ্রাস পাইছে।


আগষ্টৰ সমীক্ষা মতে আনহাতে ১২.৭ শতাংশই মোদীৰ দক্ষতা সাধাৰণ (এভাৰেজ), ১২.৬ শতাংশই 'দুর্বল' আৰু ১৩.৮ শতাংশই 'অতি দুর্বল' বুলি কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ