--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সমগ্র দেশখনৰ চহৰখনতো অনুৰূপ ধৰণে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে দেশখনৰ নাগৰিকে। হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি সম্পাদন কৰি ইজৰাইলী পণবন্দীসকলক মোকলাই আনিবলৈ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক দাবী জনায় দেশখনৰ নাগৰিকে

ডিজিটেল ডেস্ক : হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি কৰি পণবন্দীসকলক মোকলাই অনাৰ দাবী জনাই সহস্রাধিক ইজৰাইলীয়ে শনিবাৰে ইজৰাইলৰ বাণিজ্যিক চহৰ টেল আভিভৰ ৰাজপথ উত্তাল কৰে।


ইয়াৰ লগতে সমগ্র দেশখনৰ চহৰখনতো অনুৰূপ ধৰণে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে দেশখনৰ নাগৰিকে। হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি সম্পাদন কৰি ইজৰাইলী পণবন্দীসকলক মোকলাই আনিবলৈ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক দাবী জনায় দেশখনৰ নাগৰিকে।


টাইমছ অব্‌ ইজৰাইলে প্ৰকাশ কৰা বাতৰি অনুসৰি, টেল আভিভৰ হষ্টেজ স্কোৱাৰত আৰু দেশখনৰ সমগ্ৰ চহৰবোৰত এই প্রতিবাদী কাৰ্যসূচী হয়। ঈহুদী-আৰব যুদ্ধ-বিৰোধী প্ৰতিবাদৰ বাবেও পৃথকে


কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্রতিবাদকাৰীসকলে কয় যে এখন যুদ্ধ-বিৰতিৰ চুক্তিৰ বিষয়ত প্ৰসংগ উত্থাপন হৈ আছে, কিন্তু যুদ্ধ-বিৰতি চুক্তি হোৱা নাই। যুদ্ধ-বিৰতি চুক্তিখন ততালিকে সম্পাদন কৰি দেশখনৰ পণবন্দীসকলক হামাছৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ নেটান্যাহুক দাবী জনায় প্রতিবাদকাৰীসকলে ।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ