--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিহাৰৰ ভাগলপুৰ জিলাত ১৯৫৬ চনত পাকিস্তানৰ পৰা অহা দুগৰাকী মহিলাক ভোটাৰ চিনাক্তকৰণ কাৰ্ড প্ৰদান কৰা হৈছে।

ডিজিটেল ডেস্ক :বিহাৰৰ ভোটাৰ তালিকাত দুগৰাকী পাকিস্তানী মহিলাৰ নাম থকাৰ বিষয়টো ধৰা পেলাইছে কেন্দ্ৰীয় গৃহ মন্ত্র্যালয়ে।


বিহাৰৰ ভাগলপুৰ জিলাত ১৯৫৬ চনত পাকিস্তানৰ পৰা অহা দুগৰাকী মহিলাক ভোটাৰ চিনাক্তকৰণ কাৰ্ড প্ৰদান কৰা হৈছে। আনকি বিশেষ ব্যাপক সংশোধনীৰ প্ৰক্ৰিয়াতো দুয়োগৰাকী পাকিস্তানী নাগৰিকৰ নথি-পত্ৰৰ বিসংগতি ধৰা নপৰিল।


এই আসোঁৱাহ ধৰা পেলায় কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে। পৰৱৰ্তী সময়ত, জিলা দণ্ডাধীশৰ আদেশত ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। দুয়োগৰাকীয়েই বয়সস্থ মহিলা আৰু উপযুক্তভাৱে যোগাযোগ কৰিবলৈ অসমৰ্থ। ভাগলপুৰ জিলা দণ্ডাধীশ আৰু জিলাখনৰ আৰক্ষী অধীক্ষকক এই বিষয়ত অনুসন্ধান কৰি আৰু সত্যাসত্য নিৰূপণ কৰি যাৱতীয় ব্যৱস্থা গ্রহণেৰে এখন বিশদ প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে গৃহ মন্ত্র্যালয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ