--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সুৰক্ষাবিহীন পৰিবেশৰ সুযোগ লৈ চোৰে কালি মূৰ্তিত উৎসৰ্গিত সোণ, ৰূপ, পিতলসহ আন মূল্যৱান সামগ্রী লুটি লৈ যায় ।

ডিজিটেল ডেস্কঃ  কোকৰাঝাৰ চহৰৰ পাথৰঘাট কালী মন্দিৰত বৃহৎ চুৰিৰ ঘটনা সংঘটিত হৈছে ।


ৰবিবাৰে মাজনিশা মন্দিৰটোত প্রৱেশ কৰি চোৰে লুটি নিলে প্রায় তিনি লাখ টকাৰ মূল্যবান সামগ্রী ।


সুৰক্ষাবিহীন পৰিবেশৰ সুযোগ লৈ চোৰে কালী মূৰ্তিত উৎসৰ্গিত সোণ, ৰূপ, পিতলসহ আন মূল্যৱান সামগ্রী লুটি লৈ যায় ।


ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত মন্দিৰ সমিতিৰ পৰা এজাহাৰ দাখিল ।


এজাহাৰ পোৱাৰ পাছতেই ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে ।


তদন্তৰ জৰিয়তে চুৰি কাৰ্যৰ লগত জড়িত চোৰৰ দলটোক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্রদান কৰা দাবী স্থানীয় ৰাইজ আৰু মন্দিৰ সমিতিৰ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ