--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আর্দা গুলাৰে প্ৰথমার্ধত দিয়া গ'লৰ সহায়ত স্পেনিছ লা লীগাৰ শেহতীয়া এখন খেলত গেটাফে এফ চিক ১-০ ব্যৱধানত পৰাজিত কৰে ৰিয়েল মাদ্রিদে। আর্দাই ২১ মিনিটত সোঁ-ভৰিৰ তীব্র শ্বটেৰে ৰিয়েলৰ হৈ দিয়ে বিজয়সূচক গ'লটো। 

এই জয়েৰে ৰিয়েল মাদ্রিদে ৩৩খন খেলৰ পৰা ৭২ পইন্ট গোটাই পইন্ট টেবুলৰ দ্বিতীয় স্থানত ৰৈছে। আনহাতে, বার্চিলোনাই ৩৩খন খেলৰ ২৪খনত জয়েৰে ৭৬ পইন্ট গোটাই শীর্ষস্থানত আছে। 

ইফালে, চেল্টা ভিগোৰে ৩-০ ব্যৱধানত পঞ্চম স্থানত থকা ভিলাৰিয়েলক হৰুৱাই পইন্ট টেবুলৰ সপ্তম স্থানলৈ আগবাঢ়িছে। ইফালে, (ইনিয়াক) উইলিয়ামছে ৫ মিনিটত দিয়া গ'লৰ জৰিয়তে এটলেটিক বিলবাউরে ১-০ ব্যৱধানত পৰাজিত কৰে লাছ পালমাছক।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ