--°C
Loading...
Listen to Article
2 min read
80%
২৭ ফেব্ৰুৱাৰী,২০২২, দেওবাৰ মেষঃ সকলো কামৰে ইতিবাচক ফলাফল দিয়া আৰম্ভ কৰিব। আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখক। আজি আপোনাৰ প্ৰিয়জনক লগ পাব।  ভৰিৰ সমস্যা বৃদ্ধি হ'ব পাৰে। বৃষঃ আপোনাৰ চলি থকা বহুতো সমস্যাৰ সমাধান হ'ব। সহকৰ্মীৰ প্ৰতি সংবেদনশীল হওঁক। প্ৰেমত মনোমালিন্য। ভ্ৰমণৰ সুযোগ। মিথুনঃ সপোন বাস্তৱত ৰূপান্তৰিত হ'ব। কোনোবাই বিশ্বাস ভংগ কৰিব।। পত্নীয়ে কিবা কথাক লৈ কাজিয়া কৰিব।সন্তানৰ চিন্তাই আমনি কৰিব। কৰ্কটঃ উৎসাহ বাঢ়িব। আপুনি সকলোৰে পৰা সহায় আৰু সমৰ্থন পাব। কামত ধৈৰ্য ৰখাটো প্ৰয়োজন। প্ৰেমত সন্দেহ বৃদ্ধি। সিংহঃ কোনো কাম কৰাৰ বাবে আপোনাৰ বিশ্বাসযোগ্য বন্ধুৰ পৰামৰ্শ লওক। মনত আশা বৃদ্ধি। পৰিয়ালত শুভ। প্ৰেম জীৱন শান্তিপূৰ্ণ হ'ব। কন্যাঃ যদি আপুনি নতুন কিবা আৰম্ভ কৰিবলৈ বিচাৰিছে পিতৃ-মাতৃৰ পৰামৰ্শ লওক। পুৰণি বন্ধুৰ সৈতে সংযোগ। মনৰ খাদ্য খাবলৈ পোৱাৰ সুযোগ। ভ্ৰমণত শুভ। তুলাঃ যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰিয় কামে আপোনাক ব্যস্ত ৰাখিব। প্ৰেমত দূৰত্ব বাঢ়িব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা। বৃশ্চিকঃ গুৰুত্বপূৰ্ণ কাম হাতত লব। আন কাৰোবাৰ বিষয়ত মাত নামাতিব। সিদ্ধান্ত ভাবি-চিন্তি নললে বিপদত পৰিব। স্বাস্থ্যত শুভ। ধনুঃ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰভাৱশালী লোকে সহায় কৰিব। আনৰ প্ৰশংসাই মন ভাল লগাব। সন্তানৰ বিদ্যাস্থান মধ্যম। মকৰঃ মনৰ আশা পূৰণ হব। কোনোবাই প্ৰতিশ্ৰুতি ভংগ কৰিব। প্ৰেমত আনন্দ বৃদ্ধি। ঘৰুৱা শান্তি বৰ্তি থাকিব। ভ্ৰমণত বাধা। কুম্ভঃ আপোনাৰ কামৰ দক্ষতা বৃদ্ধি পাব। সৃষ্টিশীল মানুহৰ শুভ। স্বাস্থ্যত উন্নত। দাঁতৰ বিষৰ সমস্যা হ্ৰাস পাব। প্ৰেমত শুভ। মীনঃ গঠনমূলক দিন। স্বামী-স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব। ঘৰলৈ আলহী আহিব। খৰচ মধ্যম। প্ৰেমিক-প্ৰেমিকাৰ সংঘাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ