--°C
Loading...
Listen to Article
2 min read
80%
২৯ মাৰ্চ,২০২২, মঙলবাৰ মেষ ৰাশিঃ ব্যৱসায়ত উন্নতি। প্ৰেমত মধুৰ স্থিতি। ঘৰুৱা বিবাদ অন্ত। শিক্ষাৰ্থীৰ মধ্যম। খৰচ নিয়ন্ত্ৰণ। বৃষ ৰাশিঃ ৰাজনীতিত শুভ। ধনৰ আগমনৰ সম্ভাৱনা। কৰ্মস্থান সলনি হব পাৰে। প্ৰেমত অশান্তি। পেটৰ সমস্যাই আমনি কৰিব। মিথুন ৰাশিঃ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ।কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে ভাবি চিন্তি আগবাঢ়িব। স্বাস্থ্য উন্নত। প্ৰেমত শুভ। কৰ্কট ৰাশিঃ আৰ্থিক দিশত শুভ। ৰৈ থকা কামৰ আৰম্ভণি হব। পৰিয়ালত শান্তি ঘূৰি আহিব। পঢ়া-শুনাত মন নবহিব। সিংহ ৰাশিঃ ব্যৱসায়ত উন্নতি। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। খৰছ বৃদ্ধিৰ সম্ভাৱনা। প্ৰেমত সন্দেহ বৃদ্ধি। কন্যা ৰাশিঃ জীৱনসংগীয়ে মন ভাল লগাই ৰাখিব। পাৰিবাৰিক দিশত সুখ। আৰ্থিক সমস্যা হব পাৰে। ঘৰলৈ আলহী আহিব। তুলা ৰাশিঃ দিনটো শুভ।  স্বাস্থ্যৰ সমস্যা কিছু থাকিব। কামত সকলোৰে সহায় পাব। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা। বৃশ্চিক ৰাশিঃ প্ৰেমত প্ৰতাৰণাৰ বলি হব। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু বেমেজালি থাকিব। স্বাস্থ্য পূৰ্বতকৈ উন্নত। ধনু ৰাশিঃ কোনো ধৰণৰ ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত লাভ। প্ৰেমত মধুৰতা থাকিব। সন্তানৰ শুভ। মকৰ ৰাশিঃ কোনো নতুন কাম পোৱাৰ সম্ভাৱনা। পৰিয়ালত শুভ। গীতিকাৰসকলৰ খুব ভাল সময় চলি আছে। প্ৰেম শক্তিশালী হব। কুম্ভ ৰাশিঃ আৰ্থিক স্থিতি শুভ। মান সন্মান বৃদ্ধি পাব। পৰিয়ালৰ সম্পৰ্ক শুভ। ঘৰলৈ আলহী আহি মন ভাল লগাব। শুভ ৰং বগা আৰু সেউজীয়া। মীন ৰাশিঃ দিনটো মধ্যম। চাকৰিয়ালসকলৰ শুভ। কৰ্মত প্ৰশংসা পাব। বহুদিনীয়া সপোন সঁচা হোৱাৰ পথত। প্ৰেমত শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ