--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এইবাৰ পুনৰ ঔষধৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাব লৈছে ৰাইজক। পুনৰ জনতাৰ ওপৰত মাধমাৰ। কিয়নো আজি অৰ্থাৎ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে প্ৰায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য। 

কিন্তু কি কি ৰোগৰ ঔষধৰ মূল্য বৃদ্ধি পালে জানো আহক। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই ১ এপ্ৰিল, অৰ্থাৎ আজিৰে পৰা কৰ্কট ৰোগ, মধুমেহ, হৃদৰোগ, এন্টিবায়টিক আদিৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

সেই অনুসৰি এই ঔষধৰ দাম ১.৭৪ শতাংশ পৰ্যন্ত বৃদ্ধি পায়। কেঞ্চাৰ, ডায়েবেটিছ, হৃদৰোগ আৰু এন্টিবায়টিকৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ দাম ১.৭% পৰ্যন্ত বৃদ্ধি পায়। জানিব পৰা মতে মুদ্ৰাস্ফীতি ভিত্তিক মূল্য পুনৰীক্ষণৰ বাবে ঔষধৰ দাম বৃদ্ধি কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ