--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত নিশাটোৰ ভিতৰতে ট্ৰেণ্ডিঙত এখন বিশেষ শৈলীৰ ফটো । যিয়ে এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি ছ’চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মতে বিভিন্নজনে নিজৰ বা আন কাৰোবাৰ একো একোখন পেইণ্টিং আৰ্হিৰ ছবি আপলোড কৰা হয়তো আপুনি নিশ্চয় দেখিছে। 

সামাজিক মাধ্যমত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ‘ষ্টুডিঅ’ ঘিবলি’ শীৰ্ষক এই বিশেষ শৈলীৰ ফটোসমূহে৷ কিন্তু কেনেকৈ প্ৰস্তুত কৰা হৈছে এই পেইণ্টিং বা ঘিবলিৰ। এই কথা জানিবলৈ সাধাৰণ ৰাইজৰ মাজতো দিনকদিনে বৃদ্ধি পাইছে উৎকণ্ঠাৰ৷ 

ইণ্টাৰনেটত ট্ৰেণ্ডিঙত থকা ‘ষ্টুডিঅ’ ঘিবলি’ হৈছে আমেৰিকাৰ প্ৰযুক্তিগত কোম্পানী Open-AI য়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ভিত্তিত Chat-GPত সৃষ্টি কৰা এখন ছবি৷ ‘ষ্টুডিঅ’ ঘিবলি’ হৈছে জাপানীজ এনিমেচনৰ এটা বিখ্যাত ষ্টুডিঅ’৷ 

১৯৯৮ চনত কিম্বদন্তি জাপানীজ চলচ্চিত্ৰ পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সহযোগী ইছাও তাকাহাতাই স্থাপন কৰিছিল উক্ত ষ্টুডিঅ’ ঘিবলি৷ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এই ছবিখনৰ জৰিয়তে নিজৰ ৰূপ চাবলৈ নেতা-মন্ত্ৰীকে ধৰি ৰাজনৈতিক মহলতো হেতা-ওপৰা লাগিছে৷ সামাজিক মাধ্যমত ‘Studio Ghibli on ChatGTP’ বুলি জনপ্ৰিয় হৈ পৰিছে এক বিশেষ শৈলীৰ ফটোসমূহ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ