--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অপাৰেশ্যন সেন্দুৰ' আৰম্ভ কৰাৰ কেইবাঘণ্টামান পূর্বে যোৱা ৭ মে'ত প্রথম নাগৰিক সুৰক্ষা মকড্রিল কৰা হৈছিল। ইয়াৰ পাছত শনিবাৰে (৩১ মে') দ্বিতীয় পৰ্যায়ৰ নাগৰিক সুৰক্ষা মকড্রিল 'অপাৰেশ্যন শ্বীল্ড' নামেৰে নিৰাপত্তা সংস্থাসমূহে দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত কৰিব। 

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এটা প্ৰেছ বিবৃতিত কোৱা হৈছে যে দেশৰ পাঁচখন ৰাজ্যত পাকিস্তানৰ সীমান্তবর্তী বিভিন্ন জিলাত ৩১ মে'ৰ বিয়লি ৫ বজাত এই মকড্ৰিল আৰম্ভ কৰা হ'ব। পঞ্জাব, জম্মু-কাশ্মীৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানত বিশেষকৈ নিয়ন্ত্রণ ৰেখাৰ (এল অ' চি) সমীপৰ স্পৰ্শকাতৰ অঞ্চলসমূহত জনসাধাৰণক যুদ্ধৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে প্রস্তুতিৰ বাবে এই অনুশীলন চলোৱা হ'ব। 

পূৰ্বৰ প্ৰস্তুতিৰ ক্ষেত্রত কিছু সুৰুঙা থাকি যোৱাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ দ্বিতীয় পৰ্যায়ৰ 'অপাৰেশ্যন শ্বীল্ড' শীর্ষক এই নাগৰিক সুৰক্ষা অনুশীলন চলোৱা হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ