--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মাহৰ শেষৰটো দেওবাৰে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা প্ৰধানমন্ত্ৰীৰ 'মন কী বাত’ অনুষ্ঠানটো আজি সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিটো বুথত আয়োজিত কৰা হৈছে ৷ 

ইতিমধ্যে ৰাজ্যখনৰ প্ৰায় ২৯ হাজাৰ বুথত ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ এই অনুষ্ঠানৰ বাবে বুথভিত্তিক প্ৰভাৰীও নিযুক্ত কৰা হৈছে ৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত’ অনুষ্ঠানে ১২২টা সংখ্যা অতিক্ৰম কৰিব ৷

উল্লেখ্য যে আজি 'মন কী বাত’ অনুষ্ঠানৰ সামৰণিৰ পিছতেই সমগ্ৰ ৰাজ্যৰ প্ৰতিটো বুথৰ পৰা উলিওৱা হ’ব 'ত্ৰিৰংগা যাত্ৰা’ ৷ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি অহা মহান ভাৰতীয় সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্ণায়ক ভূমিকাৰ প্ৰশংসাৰে এই 'ত্ৰিৰংগা যাত্ৰা’ উলিওৱা হ’ব বুলি প্ৰকাশ কৰি উক্ত কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ কাৰ্যকৰ্তা আৰু ৰাইজলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ