--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ প্ৰেমিকৰ ভাবুকিত ভয় খাই এগৰাকী স্বামীৰ বিহপান কৰি আত্মহত্যা। উত্তৰপ্ৰদেশৰ আমৰোহাত ঘটিছে এই ঘটনা। পত্নীৰ প্ৰেমিকে ভাবুকি দিয়াত তেওঁ ভয় খাই আত্মহত্যা কৰে।

আৰক্ষীয়ে সংকটজনক অৱস্থাত স্বামীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত ভুক্তভোগীক উচ্চ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ছুইচাইড নোটৰ বাহিৰেও ভুক্তভোগীৰ স্বামীয়ে এটা ভিডিঅ’ বিবৃতি জাৰি কৰি জিলা প্ৰশাসনৰ সহায় বিচাৰি আৰু ঘটনাটো প্ৰকাশ কৰিছে। বৰ্তমান সময়ত এই বিষয়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

এই চাঞ্চল্যকৰ গোচৰটো আমৰোহ নগৰ কোতৱালীৰ পৰা পোহৰলৈ আহিছে য’ত ইকবাল নামৰ এজন যুৱকে বিষ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়। ছুইচাইড নোটত ইকবালে লিখি থৈ যায় যে ডেনিচ নামৰ এজন যুৱকে ইকবালক তেওঁৰ পত্নীক বিবাহ বিচ্ছেদ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু তেনে নকৰিলে হত্যা কৰাৰ ভাবুকি দিছিল।

এই সমস্যাত ভাঙি পৰা ইকবালে ছুইচাইড নোট লিখি বিষ সেৱন কৰে। যেতিয়া তেওঁৰ অৱস্থা অধিক বেয়া হ’ল, তেতিয়া তেওঁক লগে লগে জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, তাতে তেওঁৰ মৃত্যু হয়। বৰ্তমান আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ছুইচাইড নোটৰ আধাৰত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ