--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আইপিএলত পিংক জাৰ্ছীৰে ২২গজৰ ক্ৰীজত জুই জ্বলাইছে ৰাজস্থান ৰয়েলছৰ যুজৱেন্দ্ৰ চাহালে। কেৱল যুজৱেন্দ্ৰ চাহালেই নহয় গেলেৰীত পিংক প্ৰেমেৰে দৃষ্টি কাঢ়িুছে চাহাল পত্নী ধনশ্ৰীয়েও। ৰাজস্থানৰ প্ৰতিখন মেচতে গেলেৰীত দলটোৰ হৈ উচ্ছসিত হৈ পৰা দেখা গৈছে যুজৱেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী ভাৰ্মাক। কেৱল সেয়াই নহয়, গুলপীয়া পৰীৰ বেশত প্ৰতিখন মেচতে নতুন নতুন ৰূপত টেলিভিনৰ কেমেৰাত ধৰা দিছে চাহাল স্ত্ৰী ধনশ্ৰী ভাৰ্মাই। ৰাজস্থান ৰয়েলছৰ প্ৰতিখন মেচতে ষ্টেডিয়ামত উপস্থিত থাকে ধনশ্ৰী। আৰু পিংক আৰ্মীৰ প্ৰতিখন মেচতে  গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰি গেলেৰীৰ শোভাবৰ্দ্ধন  কৰি আহিছে ধনশ্ৰীয়ে। 

পাতল মেকআপ আৰু গুলপীয়া ৰঙৰ প্ৰত্যেকযোৰ পোছাকতে অত্যন্ত সুন্দৰী যেন লাগিছে ধনশ্ৰীক। নিজৰ ইনষ্টাগ্ৰামত পিংক আৰ্মীৰ মেচ-ডে’ৰ দিনা নিজৰ ছবিও পোষ্ট কৰা দেখা গৈছে চাহাল পত্নীক। আইপিএলৰ চলিত ছিজনত পিংক পোছাক পৰিধানেৰে ৰাজস্থান ৰয়েলছৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ সমান্তৰালকৈ স্বামীৰ সাফল্যত পাৰ ভঙা উছাহত উটি ফুৰিছে ধনশ্ৰী ভাৰ্মাই। এনেকৈয়ে এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ধনশ্ৰী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ