--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱা ২২ এপ্রিলত জম্মূ-কাশ্মীৰ পেহেলগামত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত ২৬জন পর্যটকৰ মৃত্যু হৈছিল আৰু ইয়াৰ ভিতৰত এজন কাশ্মীৰী মুছলমান ঘোঁৰাচালকো আছিল। সন্ত্রাসবাদীৰ আক্ৰমণটো সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছতেই সামাজিক মাধ্যমৰ প্লেটফর্মমূহত 'অল আইজ অন পেহেলগাম' বুলি এটা বাক্য প্ৰচাৰ হৈছিল। 

ইনষ্টাগ্ৰাম আৰু এক্সতো এই বাক্যষাৰ ভাইৰেল হৈ পৰিছিল। সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত বিধ্বস্ত হৈ পৰা পেহেলগামৰ বেছৰন উপত্যকাটোৰ ছবি সন্নিবিষ্ট কৰি ভুক্তভোগী লোকসকলৰ বাবে ন্যায় আৰু শান্তি বিচাৰি এই বাক্যষাৰ প্ৰচাৰ কৰিছে বিভিন্নজনে। 

উল্লেখযোগ্য যে গাজাত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাফাহ অঞ্চলত হোৱা মানৱতাৰ সংকটৰ বাবে ২০২৪ চনত 'অনুৰুপ ধৰণে এই বাক্যষাৰ অল আইজ অন বাফাহ' বুলি সামাজিক মাধ্যমত ব্যাপকভাৱে প্রচাৰ হৈছিল যাতে এই মানৱতাৰ সংকটৰ প্রতি বিশ্ব সমুদায়ৰ দৃষ্টি নিবদ্ধ কৰিব পাৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ