--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰ ঠাণ্ডা হওক বা গৰম হওক কিছুমান মানুহৰ ভৰিত অনবৰত ঘাম ওলাই থকাৰ সমস্যা হয়। কিছুমানে ইয়াৰ আঁৰৰ কাৰণটো বিচাৰি উলিয়াই চিকিৎসা কৰে, আনহাতে কিছুমানে ইয়াক আওকাণ কৰি থাকে। এনে অৱস্থাক একেবাৰে সহজভাৱে লোৱা উচিত নহয়। ইয়াৰ আঁৰত বহু কাৰণ আছে। সঠিক সময়ত চিকিৎসা নকৰিলে বহুতো গুৰুতৰ ৰোগেও আপোনাক আগুৰি ধৰিব পাৰে। গতিকে ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক। 

আমাৰ শৰীৰত ভেগাল নামৰ এডাল শিৰা আছে, যাৰ কাম হৈছে ক্ৰিয়া-কলাপৰ লগতে শৰীৰত ঘাম সৃষ্টি কৰা আৰু এই শিৰাডালে দেহ-মগজুক ভৰিৰ লগত সংযোগ কৰে। ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। বিশেষজ্ঞসকলে জনোৱা মতে ভৰি অত্যধিক ঘামি থকাৰ কাৰণ হ’ল মানসিক চাপ, মদ্যপান আৰু শৰীৰত ভিটামিনৰ অভাৱ। 

এনে অৱস্থাত আপুনি আপোনাৰ জীৱনশৈলীৰ উন্নতি কৰিব লাগিব, নহ’লে ভৰিত ঘাম ওলাই থকাৰ সমস্যাৰ বাবে পিছলৈ অসুবিধা হ’ব পাৰে। ইয়াৰ ফলত ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ হোৱাৰো আশংকা থাকে। ভৰিৰ ঘাম কমোৱাৰ বাবে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লব লাগে। ইয়াৰ ফলত আপুনি ডাঙৰ বিপদৰ পৰা বাচিব পাৰে। বহু সময়ত ভৰিৰ বেক্টেৰিয়াৰ বাবেও এই ধৰণৰ সমস্যাৰ সৃষ্টি হয়, গতিকে সাৱধান হওক আৰু সুস্থ থাকক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ