--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এতিয়া আমৰ বতৰ। সাধাৰণতে আমক ফলৰ ৰজা বুলি কোৱা হয়। আমৰ প্ৰতি থকা লোভৰ বাবেই বহুতৰ বাবে প্ৰিয় গ্ৰীষ্মৰ বতৰ ৷ এই সময়ছোৱাত আন বহু ফল প্ৰকৃতিয়ে দিয়ে যদিও আম তুলনাবিহীন ৷ আমত থাকে আঁহ, ভিটামিন চি, ভিটামিন এ আৰু আন বহুতো পুষ্টিকৰ উপাদান। 

বজাৰত ইতিমধ্যে উপলব্ধ হৈ পৰিছে আম। কিন্তু আজিকালি বজাৰত উপলব্ধ অধিকাংশ আমেই ৰাসায়নিক পদাৰ্থযুক্ত। যিসমূহ আম খোৱাৰ ফলত আমাক বহুতো ৰোগে দেখা দিয়া পৰিলক্ষিত হয়। জানো আহক বজাৰত উপলব্ধ আপুনি ক্ৰয় কৰা আম আচল নে নকল।


১)ঘৰলৈ কিনি অনা আমকেইটা আপুনি পানীৰ বাল্টি এটাত ডুবাই ৰাখিব ৷ যদি আমকেইটা ডুব যায়, তেতিয়া জানিব আমকেইটা প্ৰাকৃতিকভাৱেই পকিছে আৰু স্বাস্থ্যৰ বাবে উপকাৰী ৷ যদি ওপঙি থাকে, তেতিয়া গম পাব এই আমবোৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে ৷

২) প্ৰাকৃতিকভাৱে পকা আমৰ ৰং পাতল হালধীয়া আৰু আমঠু তথা গোটেই আমটোৰ ৰং একেই হ'ব ৷ আনহাতে, ৰাসায়নিক পদাৰ্থ থকা আম কেতিয়াও ৰসাল নহয় আৰু আমৰ ৰং কিছু পাতল হোৱা দেখা যায়।

ৰাসায়নিক পদাৰ্থযুক্ত আম খালে হোৱা ৰোগসমূহ হৈছে - অত্যধিক পিয়াহ অনুভৱ কৰা, দুৰ্বলতা, গিলিবলৈ অসুবিধা, মূৰ ঘূৰোৱা আদি।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ