--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : ভাৰতত ডায়েবেটিছ ৰোগৰ হাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বহু পুৰুষ-মহিলাৰ মাজত মধুমেহ ৰোগৰ সমস্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। অনিয়মীয়া জীৱন-যাপন, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মানসিক চাপৰ বাবে বহু লোক ৩০ বছৰ বয়স হোৱাৰ আগতেই ডায়েবেটিছত আক্ৰান্ত হোৱা দেখা যায়।। ইয়াৰ লগে লগে উচ্চ ৰক্তচাপ, কলেষ্টেৰল আদি ৰোগো হোৱা দেখা যায়।

 উল্লেখ্য যে তেজত ইনচুলিনৰ অভাৱ ডায়েবেটিছৰ অন্যতম কাৰণ। কিন্তু চিকিৎসকে মতে জীৱনশৈলী কেইটামান পৰিৱৰ্তনে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰ বাবে প্ৰতিদিনে নিয়মীয়াকৈ ব্যায়াম কৰা উপৰি খাদ্য খোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। যদি কোনো শাৰীৰিক সমস্যা প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰে তেন্তে চিকিৎসা আৰম্ভ কৰাটোও অত্যন্ত জৰুৰী। মূৰ ঘূৰোৱা, ওজন কমি যোৱা, দৃষ্টিশক্তি হ্ৰাস পোৱা আদি ডায়েবেটিছৰ প্ৰাৰম্ভিক কিছুমান লক্ষণ। এইবোৰৰ বাহিৰেও ভৰিতো ডায়েবেটিছৰ কিছুমান লক্ষণ দেখা যায়।

 ভৰিৰ কোনবোৰ লক্ষণে ডায়েবেটিছ ৰোগৰ ইংগিত দিয়ে?

১. ভৰি দুখন অকাৰণতে মসৃণ আৰু চিকচিকিয়া হৈ পৰে

২. ভৰিত অসময়ত চুলি গজা

৩. ভৰি ফুলা, যিকোনো ঘাঁ দীৰ্ঘ সময়লৈ ভাল নোহোৱা

৪. খোজকঢ়া বা চিৰি বগাওঁতে ভৰিৰ মাংসপেশী টানি ধৰা

৫. জোতা পিন্ধিলে ভৰিৰ পৰা ঘাম নোলোৱাটো ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত