--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৰেজ ছেক্টৰৰ নাউশ্বেৰা নৰ্ডৰ সমীপত অনুপ্ৰৱেশৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হয়। অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান।

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ গুৰেজ ছেক্টৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে এক এনকাউণ্টাৰ। এই এনকাউণ্টাৰত নিহত হৈছে দুজন সন্ত্ৰাসবাদী। 


ভাৰতীয় সেনাই এক্সত জনাইছে যে গুৰেজ অঞ্চলত আত্মগোপন কৰি থকা দুজন সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰা হৈছে। ইয়াৰ পিছতে জম্মু-কাশ্মীৰ আৰক্ষীৰ সমন্বয়ত অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। নিৰাপত্তাৰক্ষীৰ সন্মুখীন হোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। প্রতিশোধত নিহত হয় দুজন সন্ত্ৰাসবাদী। অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান।


নৌশ্বেৰা নৰ্ডৰ সমীপত অনুপ্ৰৱেশ কৰি নিহত সন্ত্ৰাসবাদী


এজন সেনা বিষয়াই জনোৱা মতে, গুৰেজ ছেক্টৰৰ নাউশ্বেৰা নৰ্ডৰ সমীপত অনুপ্ৰৱেশৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হয়। অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান। সেনা বিষয়াসকলে জনোৱা মতে, ইয়াৰ পূৰ্বে ২৫ আগষ্টত বাৰামুল্লাৰ উৰি ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত যৌথ বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল।।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ