--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণৰ পদক অৰ্জনেৰে হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকীকৈ যুৱকে। ৰাষ্ট্রীয় পৰ্যায়ৰ থাংতাত সোণৰ পদক আজুৰি আনিলে হোজাই শিঙিমাৰি অঞ্চলৰ ৰাজদ্বীপ দাস আৰু প্ৰণয় দাসে। 

সম্বন্ধত দুয়োগৰাকী খুৰাক আৰু ভতিজাক। বিহাৰত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত ৰাজদ্বীপে হাৰিয়ানাক আৰু প্ৰণয়ে মধ্যপ্ৰদেশক পৰাজয় কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। দুয়োগৰাকীৰ সফলতাত বৰ্তমান উৎফুল্লিত হোজাইবাসীৰ লগতে অঞ্চলবাসী। 

আজি পুৱা হোজাই ৰেল ষ্টেচনত আহি পোৱাৰ লগে লগেই পৰিয়াল আৰু সমগ্ৰ অঞ্চলবাসীয়ে উষ্ম আদৰণি জনায় দুয়োগৰাকী যুৱককে। উল্লেখ্য ৰাজদ্বীপ দাস হোজাই শংকৰদেৱ বিদ্যা নিকেতন দশম শ্ৰেণীৰ লগতে প্ৰণয় দাস ৰাইকটা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ