--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৱাশ্বিংটনত থকা ইজৰাইলী দূতাৱাসৰ দুজন কর্মচাৰীক বুধবাৰে সন্ধিয়া গুলীয়াই হত্যা কৰা হয়। ইজৰাইলী দূতাৱাসৰ কর্মচাৰী দুজনে 'জিউইছ মিউজিয়াম'ত হোৱা এটা অনুষ্ঠানত অংশগ্রহণ কৰি ওভতাৰ সময়তে অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। 

এই সন্দর্ভত পেলেষ্টাইনপন্থী এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি স্থানীয় আৰক্ষীয়ে প্রকাশ কৰিছে। ইজৰাইলী বিদেশ মন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, নিহত হোৱা কৰ্মচাৰী দুজনক য়াৰন লিছিনস্কী আৰু চাৰাহ ৰাহ মিলগ্রিম হিচাপে চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত চিকাগ'ৰ ৩০ বছৰীয়া ইলিয়াদ ৰড্ৰিগুৱেজ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। 

ইফালে, ইজৰাইলৰ প্রধানমন্ত্রী নেটান্যাহুৱে এই ঘটনাক তীব্র গৰিহণা দি দোষীক শাস্তি দিয়াৰ বাবে মার্কিন প্রশাসনক আহ্বান জনায়। আনহাতে, মার্কিন ৰাষ্ট্ৰপতিয়ে এই ঘটনাক 'ভয়ংকৰ' আখ্যা দি দোষীক উচিত শাস্তি দিয়াৰ বাবে কর্তৃপক্ষক নির্দেশ দিয়ে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ